সোনালী জনজাতি কাংকান বিদ্যালয়ত শিল্পী দিৱস উদযাপন

 



বিবিধ নিউজ,জাগুন,১৭ জানুৱাৰী,২০২১:সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো আজি সমগ্ৰ অসমতে শিল্পী দিৱস ৰূপে পালন কৰা হয়।জাগুনৰ সোণালী জনজাতি কংকান প্ৰাথমিক বিদ্যা লয়তো প্ৰধান শিক্ষক ঘন গগৈৰ নেতৃত্বত শিল্পী দিৱস উদযাপন কৰা হয়।কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত জ্যোতিপ্ৰসাদৰ অসমীয়া সমাজ খনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে তেওঁ আলোকপাত কৰে।ছাত্ৰ ছাত্ৰী সকলেও জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিত পুষ্প বৃষ্টি কৰি প্ৰণিপাত জনায়।।


Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post