জাগুনৰ কথা আদৰ্শ গাঁওত উদ্ধাৰ এটি অচিনাক্ত কিশোৰ

 


জাগুন,১৮ আগষ্ট২০২১:বুধবাৰে পুৱা জাগুন কথা আদৰ্শ গাঁওত এটি অচিনাক্ত কিশোৰ উদ্ধাৰ হয়।কিশোৰ টোৰ ঠিকনা কোনেও নাজানে ।কিশোৰটোৱে কথা কব নোৱাৰে যাৰ বাবে বিপাঙত পৰিছে গাঁওবাসী।বৰ্তমান কথা আদৰ্শ গাওঁতে আছে কিশোৰটি।এই কথা জাগুন আৰক্ষীক গাঁওবাসীয়ে অৱগত কৰি ৰাখিছে।যদি কোনো ব্যক্তিয়ে এই কিশোৰটিৰ ঠিকনা জানে তেন্তে জাগুন আৰক্ষী চকী অথবা জাগুনৰ কথা আদৰ্শ গাঁওৰ ৰাইজৰ সৈতে যোগাযোগ কৰিবৰ বাবে গাঁওৰ ৰাইজে অনুৰোধ জনাইছে।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post