অসম অৰুণাচল সীমান্ত নামচিক দলঙৰ সমীপত ভাৰতীয় সেনাৰ অভিযানত আটক এজন নগা বিদ্ৰোহী সংগঠনৰ কেডাৰ

 


জাগুন,১৮ আগষ্ট ২০২১:ভাৰতীয় সেনাৰ জাগুনস্থিত ১৪ নং ৰাজপুত ৰেজিমেণ্টে অভিযান চলাই অসম অৰুণাচল সীমান্ত নামচিক দলঙৰ সমীপত এজন নগা বিদ্ৰোহী সংগঠনৰ কেডাৰক আটক কৰে ।ডেৰ বছৰ ধৰি ENNG সংগঠনৰ সৈতে জড়িত আছিল হেমৰাজ প্ৰধান(২৩) নামৰ কেডাৰ জন।কেডাৰ জনৰ ঘৰ অৰুণাচলৰ খাৰচাঙত।সেনাই কেডাৰ জনৰ পৰা এটা ৭.৬২ ৰ গুলি,এটা মোবাইল আৰু এখন চিম জব্দ কৰিছে।বৰ্তমান লেখাপানী থানাত সেনাই কেডাৰ জনক চমজাই দিছে।।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post