জাগুন,১৬ আগষ্ট ২০২১:অসম আন্দোলনত শ্বহীদ হোৱা প্ৰথম গৰাকী মহিলা শ্বহীদ বৈজয়ন্তী দেৱী উপাধ্যায়ক সুঁৱৰি আজি গোর্খা ছাত্ৰ সন্থাৰ টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে ৰামপুৰ ছয় মাইল স্থিত তেওঁলোকৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।সকলোৱে শ্বহীদ গৰাকীৰ মহান অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।।
অসম আন্দোলনত শ্বহীদ হোৱা প্ৰথম গৰাকী মহিলা শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন গোর্খা ছাত্ৰ সন্থাৰ টিৰাপ জাগুন আঞ্চলিক সমিতিৰ
byRitu Bhuyan
-
0