অৰুণাচল প্ৰদেশৰ টিৰাপত তিনি আলফা কেডাৰ আটক





ডিজিটেল ডেস্ক বিবিধ নিউজ: অৰুণাচল প্ৰদেশৰ টিৰাপত তিনি আলফা কেডাৰ আটক কৰা হয়।।নগলুত অভিযান চলাই সেনাই আটক কৰিছে তিনিগৰাকী কেডাৰক।আটকাধীন সদস্য কেইজন হল  মিলন বৰুৱা ওৰফে নিজান অসম(মহং,তিনিচুকীয়া) স্বয়ম্ভূ মেজৰ জিন্টু অসম ওৰফে বিকেশ্বৰ মৰাণ(টেকেৰী,তিনিচুকীয়া) আৰু গৌৰৱ অসম ওৰফে ৰাজীৱ গগৈ(বৰবৰুৱা,ডিব্ৰুগড়)।।তিনিওকে আসাম ৰাইফলছে ভাৰত ম্যানমাৰ সীমান্ত অতিক্ৰম কৰিব লওঁতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।তেওঁলোকৰ পৰা .32 পিষ্টল তিনিটা আৰু কেইবাজাই গুলি জব্দ কৰিছে ।


Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post