ডিজিটেল ডেস্ক,বিবিধ নিউজ:অৰুণাচলৰ লংডিঙত পাঁচ গৰাকী উগ্ৰপন্থীৰ আত্মসমৰ্পণ।অস্ত্ৰ শস্ত্ৰ সহ আসাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে কেডাৰ কেইজনে।।আত্ম সমৰ্পণ কৰা সদস্য কেইজন হল জেৱাং ৱাংছা,আৱম ৱাংচু,ৱাংছেন ৱাংছা,চাইবৌ পানচা আৰু চাফা পানচা।।আটাইকেইজনৰ ঘৰ অৰুণাচলৰ লংডিং জিলাত আৰু সদস্য কেইজন NSCN (K) আৰু NSCN (IM) গোটৰ।।