জাগুনত ভাং আৰু অৰুণাচলী সুৰা জব্দ

 


জাগুন,২৭আগষ্ট:লেখাপানী আৰু জাগুন আৰক্ষীয়ে শুক্ৰবাৰে  অভিযান চলাই জাগুনৰ দুই নং ৱাৰা অঞ্চলৰ পৰা চাৰি কেজি ভাং আৰু  দুশ দহটা অৰুণাচলী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।জনৈক গড় উপাধিৰ এজন ব্যক্তিৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে এই নিচাজাতীয় সামগ্ৰী খিনি জব্দ কৰে। আৰক্ষীৰ অভিযান কালছোৱাত ব্যক্তিজন ঘৰত নথকাৰ বাবে তেওঁক কৰায়ত্ত কৰিব পৰা নগল।বৰ্তমানো তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Ritu Bhuyan

My name is sri Rituparna Bhuyan.I am from jagun.district tinsukia,state assam,pin 786188.

Post a Comment

Previous Post Next Post